বিহু কেইপকাৰ ? আৰু কি কি ?
👉 বিহু অসমীয়াই পালন কৰে।
👉 বিহু তিনি প্ৰকাৰৰ।
👉 বিহুকেইতাৰ নাম : ব'হাগ বিহু,মাঘ বিহু,কাতি বিহু।
👉বʼহাগ বিহুত মানুহে : গৰুক নোৱাই আৰু পিছ দিনা খেল-ধেমালি কৰা হয়।
👉শুচৰি গুৱা হয়।
👉 বিহুৰ আগ দিনাক উৰুকা বোলে।
👉মাঘ বিহুত মানুহে:ভেৰা ঘৰ সাজে। আৰু মেজি জ্বলায়।আৰু তিল পিঠা বনোৱা হয়।
👉কাতি বিহুত মানুহে: বন্তি জ্বলাই প্ৰসাদ দিয়ে।
👉 বিহু আমাৰ জাতীয় উৎসৱ।